শুভেচ্ছা বাৰ্তা
প্ৰতি,
মাননীয় সম্পাদক
Anu Gomug (The New Voice) ই-আলোচনী।
শ্ৰদ্ধা গ্ৰহণ কৰিব। জোনাই ভূমিৰপৰা আনু গমুগ নামৰ ই-আলোচনী এখন জন্ম হ'ব বুলি জানি অতিকৈ আনন্দ লভিছোঁ। এই নতুন কণ্ঠত নিগৰি উঠক নৱ প্ৰজন্মৰ নৱ আলোৰণ। মিচিং ভাষা বিকাশ আৰু নৱ প্ৰজন্মৰ নতুন উন্মেষ জগাই তোলাত এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিলো। 'আনু গমুগ'ৰ পৰিয়ালবৰ্গলৈ আন্তৰিক অভিনন্দন জনালো।
ইতি
ড০ পবিত্ৰ কুমাৰ পেগু।
ডিব্ৰুগড়।
তাৰিখ:
২৮/১১/২০২৪
0 Comments