Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

শুভেচ্ছা বাৰ্তা

শুভেচ্ছা বাৰ্তা

প্ৰতি,

সম্পাদক

Anu Gomug ই-আলোচনী।

 'ANU GOMUG' ই-আলোচনীলৈ আমাৰ তৰফৰপৰা আন্তৰিক শুভ-কামনা জ্ঞাপন কৰিছো। অসমৰ উত্তৰ পাৰৰ জটিল ভৌগোলিক অবয়বত অৱস্থিত জোনাইৰ দৰে এক সম্ভাৱনাপূৰ্ণ অঞ্চলৰপৰা আত্মপ্ৰকাশ কৰা ANU GOMUG‌ ই-আলোচনীখনে অৱহেলিত জনসমূদায়ৰ সার্বিক উত্তৰণৰ পথ প্ৰশস্ত কৰক। ঐক্য-শান্তি, সম্প্ৰীতি-সমন্বয় আৰু প্ৰগতিৰ আদৰ্শক সাৰোগত কৰি বঞ্চিত আৰু পীড়িতজনৰ কণ্ঠ হওক ANU GOMUG

 ৰঞ্জিত কাকতি

লেখক, কবি, সাংবাদিক

লখিমপুৰ।


Post a Comment

0 Comments